Download Now Banner

This browser does not support the video element.

ছিপাঝাৰ: অত্যাধিক বোজা কঢ়িওৱা বাহন চলাচলক লৈ ন-আলিপথত উত্তপ্ত পৰিস্থিতি, ১৬ চকীয়া ট্ৰাক আবদ্ধ হৈ পৰিল ৰাজপথত

Sipajhar, Darrang | Aug 23, 2025
কিছুদিন পূৰ্বে এক দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে অঞ্চলটোৰ স্থানীয় লোক আৰু প্ৰশাসনে ন আলি পথত চলাচল বন্ধ ৰাখিছিল গধুৰ বাহনৰ চলাচল।কিন্তু ইয়াৰ পিছতো নিশাৰ ভাগত গোপনে পাৰ হবলৈ চেষ্টা কৰিছিল ইটা ভৰ্তি AS-01-RC-5326 নম্বৰৰ এই ট্ৰাকখন ।কিন্তু ট্ৰাক খনৰ বোজা অত্যাধিক হোৱাৰ বাবেই ৰাজপথত এইদৰে বিকল হৈ পৰাত পথছোৱাত বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা।আনহাতে প্ৰশাসনে ট্ৰাকখন স্থানানন্তৰ কৰাৰ বাবে বিকল্প বাহনৰ ব্যৱস্থা কৰাত ৰাইজ উত্তেজিত হৈ পৰে
Read More News
T & CPrivacy PolicyContact Us