Download Now Banner

This browser does not support the video element.

হোজাই: যুৱ সমাজৰ উদ্যোগত হোজাই চহৰত পুৱা ৫বজাৰ পৰা দুপৰীয়া ২বজালৈ বন্ধ,ৰাইজৰ পূণ্য সমৰ্থন

Hojai, Hojai | Sep 23, 2025
জুৱিন গাৰ্গৰ অবিহনে পাৰ হৈ গল পাঁচ দিন। শোকত ভাঙি পৰিছে ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে হোজাইতো যুৱ সমাজৰ আহ্বানত মঙ্গলবাৰে পূৱা ৫ বজাৰ পৰা আজি দুপৰীয়া ২ বজালৈকে বন্ধ হোজাইৰ দোকান পোহাৰ।এই দৃশ্য মঙ্গলবাৰে দিনৰ ১০মান বজাৰ। উক্ত বন্ধত সম্পূর্ণ সমর্থন হোজাইৰ ব্যৱসায়ী সকলৰ।হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ হোজাই অঞ্চলত পৰিছে এক শোকৰ ছাঁ।
Read More News
T & CPrivacy PolicyContact Us