Install App
jerina7
This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত উত্তৰপুৱ কয়লাক্ষেত্ৰৰ উচ্ছেদ অভিযানত প্ৰায় ত্ৰিশ লক্ষাধিক টকাৰ সা-সম্পত্তি লোকচান হোৱাৰ অভিযোগ ভূক্তভোগীৰ
Margherita, Tinsukia | Sep 9, 2025
উত্তৰপুৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় হস্পিতেলৰ সমীপত যোৱা ৬ তাৰিখে ক'ল ইণ্ডিয়া লিমিটেডে নিৰাপত্তাৰক্ষীক লগত লৈ থলুৱা যুৱক মিন্টু কাকতিৰ দোকানত ক’ল ইণ্ডিয়াই উচ্ছেদ অভিযান চলোৱাত ত্ৰিশ লক্ষাধিক টকাৰ সা-সম্পত্তি লোকচান হোৱা মঙ্গলবাৰে বিয়লি প্ৰায় ৩ বজাত সংবাদ মাধ্যমৰ জৰিয়তে অভিযোগ কৰিছে ভূক্তভোগীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!