Install App
majulinews
This browser does not support the video element.
মাজুলী: আহতগুৰি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
Majuli, Majuli | Apr 10, 2024
বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ আহত গুৰিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। আহতগুৰি অঞ্চলত বাইক ৰেলিত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে। মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু অংশগ্ৰহণ কৰাৰ লগতে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিনমনি দত্ত অংশগ্ৰহণ কৰে এই কাৰ্যসূচী ত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!