Download Now Banner

This browser does not support the video element.

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰ মণ্ডল BJP ৰ কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী,শতাধিক পুৰুষ মহিলাৰ লগতে দল সংগঠনৰ নেতাই যোগদান কৰে বিজেপি দলত

Goreswar Part, Baksa | Sep 7, 2025
গোৰেশ্বৰ মণ্ডল BJP ৰ কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চলি থকা উন্নয়নৰ অবিৰত যাত্ৰাৰ অংশীদাৰ হোৱাৰ সংকল্পৰে তথা ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে সন্ধিয়া বিভিন্ন দল-সংগঠনৰ বৃহৎ সংখ্যক নেতা-কৰ্মীয়ে আজি গোৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলত যোগদান কৰে । নতুনকৈ যোগদান কৰা সকলোকে দলীয় গামোচাৰে বিজেপি দললৈ উষ্ম আদৰণি জনাই দলীয় নেতা কৰ্মীয়ে।
Read More News
T & CPrivacy PolicyContact Us