Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীত শিশু শ্ৰমিকৰ বিৰুদ্ধে জিলা শ্ৰম বিষয়াৰ অভিযান, অভিযানত উদ্ধাৰ 4 গৰাকীকৈ শিশু শ্ৰমিক

Mankachar, South Salmara-Mankachar | Aug 26, 2025
মঙলবাৰে সন্ধিয়া আনুমানিক 6 বজাত জিলা শ্ৰম বিষয়াই শিশু শ্ৰমিকৰ বিৰুদ্ধে চলোৱা অভিযানত উদ্ধাৰ কৰা শিশু শ্ৰমিক সকলক জিলা আয়ুক্ত কাৰ্যালয়ত উপস্হিত কৰে। উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰু জোৰডাঙা অঞ্চলত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নিৰ্দেশ মৰ্মে জিলা শ্ৰম বিষয়া জান্নাতুল ফিৰ্দোছিৰ উপস্থিতিত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলায়।
Read More News
T & CPrivacy PolicyContact Us