বুধবাৰে বঙাইগাঁও জিলাৰ অধীনত ১৬ নং অভয়াপুৰী বিধানসভা সমষ্টি কাকৈজানাত কাকৈজানা মণ্ডল বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত হয় । বঙাইগাঁও জিলা সভাপতি বিজেপি সভাপতি উজ্বল কান্তি ৰায়ৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত মণ্ডল সমিতিৰ সভাপতি , সম্পাদক সহ জিলা বিজেপিৰ বিষয়ববিয়া সকল উপস্থিত থাকে। উল্লেখ যোগ্য য়ে আগন্তুক দিনবোৰত বিজেপিৰ স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যৰে উক্ত সভা অনুষ্ঠিত কৰা হয় ।