Download Now Banner

This browser does not support the video element.

মাজুলী: ৰাৱনাপাৰ পঞ্চায়তৰ অন্তৰ্গত বিজেপিৰ নিৰ্বাচন কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত

Majuli, Majuli | Apr 10, 2024
বিজেপিৰ ৰাৱনাপাৰ পঞ্চায়ত ৰ অন্তৰ্গত নিৰ্বাচনী কাৰ্যালয় ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। অগন্তক লোক সভা নিৰ্বাচনক কেন্দ্ৰ কৰি এই সভা অনুষ্ঠিত হয়। ৰাওনা পাৰ পঞ্চায়ত অন্তৰ্গত বিজেপি কর্মী সকলে মণ্ডল সভাপতি য়ে অংশগ্ৰহণ কৰে। বিজেপিত যোগদান কৰা ব্যক্তি সকলক সম্ভৰ্ধনা তথা আদৰণি জনাই।
Read More News
T & CPrivacy PolicyContact Us