Install App
bdnews
This browser does not support the video element.
বৰপেটা: প্ৰয়াত আব্দুল মজিদৰ শুকমানাহৰ বাসগৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে
Barpeta, Barpeta | Aug 20, 2025
শুকমানাহ গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যা ছকিনা খাতুনৰ শহুৰ আব্দুল মজিদে কিছুদিন আগতে ইহ সংসাৰৰ পৰা শেষ বিদায় লয় । বুধবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে প্ৰয়াত আব্দুল মজিদৰ শুকমানাহৰ বাসগৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ লগতে বিধায়ক গৰাকীয়ে তেখেতৰ ৰূহুৰ মাগফিৰাত কামনা কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!