Install App
malobikabora1991
This browser does not support the video element.
দেৰগাঁও: কমাৰগাঁৱত নিশা ভয়ংকৰ পথ দূৰ্ঘটনা, অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত অচ্যুত কোঁৱৰ নামৰ এজন যুৱক
Dergaon, Golaghat | Aug 26, 2025
মঙ্গলবাৰে মাজ নিশা প্ৰায় ১ বজাত গোলাঘাট কমাৰগাঁৱৰ তামুলীপথাৰৰ ৩৭ নং চাৰিশাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন যুৱক । মৃত যুৱক জনে As-05A-5121 নম্বৰৰ মটৰ চাইকেলত আহিছিল। যুৱক জনৰ খুমটাই চংকলাৰ অচ্যুত কোঁৱৰ বুলি জানিব পৰা গৈছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!