Install App
malobikabora1991
This browser does not support the video element.
গোলাঘাট: বন কৰ্মী দশমী দুৱৰাৰ মৃত্যুৰ উচ্চস্তৰীয় তদন্তৰ দাবীত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সমীপত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ
Golaghat, Golaghat | Aug 21, 2025
বৃহস্পতি বাৰে দিনৰ প্ৰায় ১ বজাত বন বিভাগৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু ন্যায় প্ৰাপ্তিৰ দাবীত গোলাঘাটত প্ৰতিবাদ ৷ গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গোলাঘাটৰ কেইবাটাও জাতীয় দল-সংগঠনৰ লগতে জেষ্ঠ নাগৰিক সমাজে প্ৰতিবাদ সাব্যস্ত কৰি পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনাই ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!