Download Now Banner

This browser does not support the video element.

চেঙা: বিধায়ক আমিনুল ইছলামক তথ্যৰ যোগানৰ উজুহাত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ সন্দৰ্ভত চেঙাত বিধায়ক আশ্ৰাফুল হুছেইনৰ সংবাদমেল

Chenga, Barpeta | Aug 26, 2025
বিধায়ক আমিনুল ইছলামৰ কাৰাবন্দীৰ ১২৬ দিন সম্পূৰ্ণ। তেওৰ গোচৰ সন্দৰ্ভত মঙলবাৰে বিচাৰৰ দিন আছিল। চৰকাৰী পক্ষৰ অধিবক্তাই কিছু তথ্যৰ যোগানৰ উজুহাত দি পুনৰ তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰে বুলি সংবাদমেলত সদৰি কৰে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে ৷ আমিনুল ইছলামৰ কাৰাবন্দী কৰি ৰাখি এআইইউডিএফ দলৰ চৰকাৰে ক্ষতি কৰাৰ লগতে সমষ্টিবাসী ৰাইজৰো ক্ষতি কৰা বুলিও অভিযোগ কৰে বিধায়ক গৰাকীয়ে ৷
Read More News
T & CPrivacy PolicyContact Us