This browser does not support the video element.
মানকাচৰ: নিছিনপুৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে RCC পাৰ্কুপাইনৰ কাম আৰম্ভ
Mankachar, South Salmara-Mankachar | Jul 2, 2025
বুধবাৰে নিছিনপুৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে RCC পাৰ্কুপাইনৰ কাম আৰম্ভ, এই দৃশ্য দিনৰ ৩ বজাৰ নিছিনপুৰত চলি থকা গৰা খহনীয়াৰ প্ৰতিৰোধৰ বাবে অৱশেষত RCC পাৰ্কুপাইনৰ কাম আৰম্ভ হয়। যন্ত্ৰ চালিত নাওঁৰে গৰা খহনীয়াৰ প্ৰতিৰোধৰ বাবে RCC পাৰ্কুপাইনৰ কাম আৰম্ভ হয়।