Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: আজি বিহপুৰীয়াত ঠেঙাল কছাৰী জনগোষ্ঠীৰ তৰাচিৰা বিহু উদযাপন, পুৱা ন বজাৰ পৰা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ

Bihpuria, Lakhimpur | Mar 27, 2024
বিহপুৰীয়া মৰণৈত ঠেঙাল কছাৰী জনগোষ্ঠীৰ তৰাচিৰা বিহু উদযাপন ৷ লখিমপুৰ জিলা ঠেঙাল কছাৰী সংগঠন, মহিলা সংগঠন, ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰণৈ ঠেঙাল, পদুমণি ঠেঙাল আৰু মৰণৈ তৰুণ যুৱক সংঘৰ সহযোগত আৰম্ভ হৈছে এই তৰাচিৰা বিহু ৷ এক উলহ-মালহ পৰিৱেশত দিনজোৰা কাৰ্যসূচীৰে তৰাচিৰা বিহু উদযাপন কৰা হৈছে ৷
Read More News
T & CPrivacy PolicyContact Us