Download Now Banner

This browser does not support the video element.

মাজুলী: যোৰহাট সমষ্টিত মই দুই লাখ ভোটত জিকিম, নয়াবজাৰত যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মন্তব্য

Majuli, Majuli | Apr 11, 2024
ৰাহুল গান্ধীয়ে যোৰহাট সমষ্টিত নিৰ্বাচন প্ৰচাৰ চলাব নহাক লৈ তপন কুমাৰ গগৈয়ে কয় আমি কৈ থকা কথাবোৰ সত্য প্ৰমাণ হব জুনৰ চাৰি তাৰিখে ইয়াৰ উত্তৰ ৰাইজে গম পাব। অন্যহাতে যোৰহাট সমষ্টি ত দুই লাখ ভোটত জয়ী হম বুলি মন্তব্য প্ৰদান কৰে। আজি মাজুলী জিলাত প্ৰায় ১৫ খন অধিক মাজুলী বিভিন্ন প্ৰান্তৰ নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ ৰাইজক সম্বোধন কৰে তপন কুমাৰ গগৈয়ে।
Read More News
T & CPrivacy PolicyContact Us