This browser does not support the video element.
বঙাইগাঁও ভাগ: চহৰত আক্ৰাছুৰ চিন্তন বৈঠক অনুষ্ঠিত, জনগোষ্ঠীৰ শৈক্ষিক, ৰাজনৈতিক, সামাজিক,অৰ্থনৈতিক আদি দিশত গুৰুত্বপূৰ্ণ আলোচনা
Bongaigaon Part, Bongaigaon | Sep 7, 2025
দেওবাৰে আক্ৰাছুৰ উদ্যোগত বঙাইগাঁও চহৰৰ প্ৰশান্তি লজত আক্ৰাছুৰ চিন্তন বৈঠক অনুষ্ঠিত হয় । বৈঠকত জনগোষ্ঠীৰ শৈক্ষিক, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি দিশত গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ লগতে কোচৰাজবংশী জনগোষ্ঠীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিভিন্ন দিশৰ বৌদ্ধিক ব্যক্তিক একত্ৰিত কৰি আজিৰ চিন্তন বৈঠক খন আয়োজন কৰে ৷ কোচ ৰাজবংশী সকলোক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবী বিষয়ৰ সংক্ৰান্তত আক্ৰাছুৱে কি দৰে আগবাঢ়িব এই লৈ আলোচনা কৰা হয় ।