Download Now Banner

This browser does not support the video element.

মানকাচৰ: গৰাখহনীয়াৰ ফলত ফকিৰগঞ্জৰ ঐতিহাসিক ওৱাহাব বজাৰৰ জামে মছজিদৰ আধা অংশ নৈৰ বুকুত জাহ যায়

Mankachar, South Salmara-Mankachar | Jun 25, 2025
ফকিৰগঞ্জৰ ওৱাহাব বজাৰৰ জামে মছজিদৰ আধা অংশ নৈত বুকুত জাহ যায় এই দৃশ্য বুধবাৰে আবেলি ৫ বজাৰ ব্ৰহ্মপুত্ৰ নদীৰ কৰাল গ্ৰাসত পৰি যি কোনো মূহুৰ্তত সম্পুৰ্ণ কৈ নদীত বিলীন হব পাৰে এই ধৰ্মীয় প্ৰতিষ্ঠান। ফকিৰগঞ্জৰ ওৱাহাব বজাৰত ব্ৰহ্মপুত্ৰ নদীৰ গড়াখহনীয়াই লৈছে ভয়ংকৰ ৰূপ । ইতিমধ্যে মছজিদৰ আধা অংশ অংশ নৈত জাহ গৈছে। নৈত জাহ গৈছে।
Read More News
T & CPrivacy PolicyContact Us