Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বিটিচি বিধান পৰিষদত পাছ হোৱা ভুমি আইনৰ ওপৰত সদৰত অসন্তুষ্টি প্ৰকাশ বিটিচিৰ বিৰোধী দলপতি পাৰিষদ ডেৰহৰছাৎ বসুমতাৰীৰ

Kokrajhar Part, Kokrajhar | Jul 31, 2025
বৃহস্পতিবাৰ দিনা ৰাতিপুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা বিটিচিৰ জুলাই শেষন অধিবেশনত ভুমি আইনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধী দলপতি তথা বিটিচিৰ পাৰিষদ ডেৰহৰছাৎ বসুমতাৰীয়ে, তেওঁ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে ইউপিপিএল চৰকাৰে ভুমি সংশোধন আইনৰ উপৰ সদনত চৰ্চা নকৰাকৈ কেনেকৈ বিল পাছ কৰিব পাৰে
Read More News
T & CPrivacy PolicyContact Us