Download Now Banner

This browser does not support the video element.

মানকাচৰ: বিধায়ক উন্নয়ন পুঁজিৰ পৰা আৱন্টিত ধনেৰে নিৰ্মাণ হোৱা তিনিটাকৈ পথৰ শুভ উদ্বোধন কৰে মানকাচৰৰ বিধায়ক

Mankachar, South Salmara-Mankachar | Aug 31, 2025
ৰবিবাৰে দিনৰ আনুমানিক ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাত তিনিটাকৈ পথৰ শুভ উদ্বোধন কৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে। বিধায়ক গৰাকীয়ে ঝগৰাৰচাৰৰ ৰেজাউল কৰিমছ্ হাউছ পথ,আবু নুৰ হাউছৰ পৰা ছফিউৰ ৰহমান হাউছৰ পথ,সোণাৰ গাঁৱৰ PWD Road ৰ পৰা ৰাজু চাহানী হাউছ পথ, ছাদ্দুল্লাহবাৰীৰ পাহাৰতলীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু পথৰ শুভ উদ্বোধন কৰে মানকাচৰৰ বিধায়ক গৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us