Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: সদৰত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Dibrugarh East, Dibrugarh | Sep 1, 2025
জনসাধাৰণক সুলভ মূল্যত ঔষধ যোগান ধৰাৰ লক্ষ্যৰে 'প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা'ৰ অধীনত ডিব্ৰুগড়ৰ মিলন নগৰত মুকলি কৰা হয় 'প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰৰ। আজি সোমবাৰে সন্ধিয়া ৬ বজাত এই কেন্দ্ৰটো মুকলি কৰে কেন্দ্ৰীয় চৰকাৰৰ জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!