Install App
harenbora000
This browser does not support the video element.
বিহপুৰীয়া: আজি সন্ধিয়া ৭ বজাত বিহপুৰীয়াৰ বিধায়ক ড° অমিয় ভুঞাই বুথে বুথে আশীৰ্বাদ যাএাত অংশ লয় ৷
Bihpuria, Lakhimpur | Apr 6, 2024
আজি বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতিৰাখি দিনজোৰা কায্যসুচীৰে বিহপুৰীয়াত বুথে বুথে আশীৰ্বাদ যাএাত অংশগ্ৰহণ কৰে ৷ দিনতোত বিহপুৰীয়া নগৰৰ বিভিন্ন প্ৰান্তত দলীয় বুথৰ কমী সকলৰ লগত মতবিনিময় কৰাৰ লগতে সন্ধিয়া ৭ বজাত অন্তিমখন বুথৰ সভাত অংশগ্ৰহণ কৰে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!