Install App
harenbora000
This browser does not support the video element.
বিহপুৰীয়া: বিহপুৰীয়াত মাজুলী সংযোগী দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে অন্যায় লুণ্ঠনৰ অভিযোগ তুলি কৰ্মবিৰতি পালন চিকিউৰিটি গাৰ্ডৰ
Bihpuria, Lakhimpur | Apr 7, 2024
বিহপুৰীয়া মাজুলী সংযোগী দলং নিৰ্মাণকাৰী এছপি চিংলা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অন্যায়,লুণ্ঠনৰাজৰ অভিযোগ তুলি দেওবাৰে কৰ্মবিৰতি পালন চিকিউৰিটি গাৰ্ডৰ ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াত মাজুলী সংযোগৰ বাবে ধুনাগুৰিৰ সোৱণশিৰি নদীৰ ওপৰত চলিছে দলং নিৰ্মাণৰ কাম ৷ দলং নিৰ্মাণৰ নামত নিয়োজিত হিন্দী ভাষী বিষয়া-কৰ্মচাৰীসকলে বিভিন্ন দিশত চৰম লুন্ঠনৰাজ চলোৱাৰ অভিযোগ উঠিছে ৷ এই লুন্ঠনৰাজৰ আউতাত সোমাই পৰিছে প্ৰতিষ্ঠানটোত কৰ্মৰত ১৭ গৰাকীকৈ চিকিউৰিটি গাৰ্ড ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!