Install App
manojbmc2009
This browser does not support the video element.
বইটামাৰী: ঢাকানাবাৰীস্থিত APL-ৰ বইটামাৰী ফৰ্মেলিন প্ৰকল্পৰ উৎপাদিত সামগ্ৰীৰ বাণিজ্যিক বিক্ৰীৰ শুভাৰম্ভণি কৰে APLৰ অধ্যক্ষই
Boitamari, Bongaigaon | Sep 10, 2025
বঙাইগাঁও জিলাৰ ঢাকনাবাৰীত স্থাপন কৰা প্ৰকল্পটো হৈছে APL ৰ চতুৰ্থ গোট। বুধবাৰে APLৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই উপাধ্যক্ষ হেমন্ত কুমাৰ গগৈ লগতে APL উচ্চ পদস্থ বিষয়া কৰ্মচাৰী উপস্থিতি অসম পেট্ৰ'কেমিলেছ লিমিটেডৰ বইটামাৰী ফৰ্মেলিন প্ৰকল্পৰ উৎপাদিত সামগ্ৰীৰ বাণিজ্যিক বিক্ৰীৰ শুভাৰম্ভণি কৰে । পশ্চিমবঙ্গ আৰু চুবুৰীয়া দেশ ভূটানলৈ ১৫০ টন ফৰমেলিন ভৰ্তি বাহনৰ মুকলি কৰে APLৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!