Download Now Banner

This browser does not support the video element.

সৃজনগ্ৰাম: লাংলাত সংঘটিত মৰেল পুলিছগিৰিৰ ঘটনা শিমলাবাৰী গাঁৱত স্থানীয় লোকৰ মন্তব্য, দোষীক বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী

Srijangram, Bongaigaon | Aug 23, 2025
বঙাইগাঁও আৰুবৰপেটা জিলাৰ সীমান্তবৰ্তী লাংলাত যোৱাকালি সংঘটিত হৈছিল মৰেল পুলিছগিৰিৰ ঘটনা। বঙাইগাঁও জিলাৰ শিমলাবাৰী গাওঁৰ ছাইদুল ইছলাম নামৰ দোকানীজনে লাংলা বজাৰৰ পৰা বেছাকিনা কৰি ঘৰলৈ আহি থকা অৱস্থাত বিবি কলেজৰ সন্মুখত এদল উন্মাদ যুৱকে ছাইদুল ইছলামক পথ আগুচি ধৰি আক্ৰমণ কৰে। উক্ত মৰেল পুলিছগিৰিৰ ঘটনা সন্দৰ্ভত শনিবাৰে শিমলাবাৰী গাঁৱত স্থানীয় লোক দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী কৰে আৰক্ষীক।
Read More News
T & CPrivacy PolicyContact Us