মঙলবাৰে পূৱা আনুমানিক ৭ বজাত অসম মেঘালয়ৰ সীমান্তবৰ্তী ছবৰিবাৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ।অগ্নিকাণ্ডত নিমিষতে ভষ্মীভুত হয় এখন ধান ভঙা মেইলৰ লগতে ৬টাকৈ কোঠা । ফলত স্হানীয় ৰাইজে হাটশিঙিমাৰী জিলা অগ্নি নিৰ্বাপক বাহিনীৰ ততপৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও নগদ এক লাখ টকা সহ সোনৰ আ অলংকাৰ,ঘৰৰ আচবাব পত্ৰ, যাবতীয় নথি-পত্ৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।