Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: দুদিন পূৰ্বে চম্পা নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা নিউ বঙাইগাঁৱৰ যুৱক পুকাৰ সিংৰ মৃতদেহ বাসুগাঁৱৰ চম্পা নৈত উদ্ধাৰ
India | Sep 2, 2025
উল্লেখ্য যে যোৱা দুদিন পূৰ্বে পুকাৰ সিং নামৰ যুৱক আন বন্ধুৰ সৈতে চম্পা নদীত গা ধুবলৈ গৈছিল।আবেলি বাকী ৮ জন উভতি আহে যদিও পুকাৰ সিং নামৰ যুৱক উভতি অহা নাছিল,কিন্তু আজি পুকাৰ সিংৰ মৃতদেহ বাসুগাঁৱৰ চম্পা নদীত উদ্ধাৰ কৰে SDRF য়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!