Download Now Banner

This browser does not support the video element.

লক্ষীপুৰ: লক্ষীপুৰ চহৰত যুৱ সমাজৰ উদ্যোগত সচেতন যাত্ৰা উলিওৱা হয় আৰু পথৰ স্পীড ব্ৰেকাৰত বগা ৰঙৰ চিহ্নৰে চিহ্নিত কৰা হয়

Lakhipur, Goalpara | Sep 7, 2025
লক্ষীপুৰ চহৰত যুৱ সমাজৰ উদ্যোগত সচেতন যাত্ৰা উলিওৱা হয়। এই সন্দৰ্ভত লক্ষীপুৰ চহৰত থকা পথৰ স্পীড ব্ৰেকাৰ বোৰত ৰং লগাই দিয়ে। দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে এই ব্যৱস্থা হাতত লৈছে সংগঠনটোৱে। কিয়নো লক্ষীপুৰ চহৰত থকা পথৰ স্পীড ব্ৰেকাৰত চিহ্ন নথকাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হয়।এই দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সংগঠন টোৱে চহৰৰ প্ৰতিটো পথৰ স্পীড ব্ৰেকাৰত বগা ৰঙৰ চিহ্নৰে চিহ্নিত কৰে।
Read More News
T & CPrivacy PolicyContact Us