Download Now Banner

This browser does not support the video element.

চাবুৱা: বৃহৎ গাঁতেৰে মৰণফান্দলৈ পৰিণত চাবুৱাৰ পানীতোলাৰ টিচিপি সমীপৰ এটা পথ, কাণসাৰ নাই স্থানীয় বিধায়ক পুণাকন বৰুৱাৰ

Chabua, Dibrugarh | Sep 12, 2025
মৰণফান্দলৈ পৰিণত হৈছে চাবুৱাৰ পানীতোলাৰ এটা পথ। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সীমান্তত থকা পানীতুলাৰ TCP ৰ সমীপৰ এটা পথে জ্বলাকলা খোৱাইছে সহস্ৰাধিক পথচাৰীক। আজি শুক্ৰবাৰে দিনৰ ৩ বজাত অভিযোগ উত্থাপিত কৰে স্থানীয় ৰইজে। পথৰ ওপৰত পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁতে মৃত্যুৰ মুখলৈ হাত বাউল দি মাতি আছে পথচাৰীক।
Read More News
T & CPrivacy PolicyContact Us