Download Now Banner

This browser does not support the video element.

হোজাই: চৰকাৰে চলিত বিত্তীয় বৰ্ষত ডিগ্ৰী কলেজত নামভৰ্তি আৰম্ভ কৰিছে যাৰবাবে ডিগ্ৰী কলেজ ডিমাণ্ড কমিটিৰ যোগিজানত সংবাদমেলৰ আয়োজন

Hojai, Hojai | Aug 24, 2025
বহু বছৰৰ সংগ্ৰামৰ অন্তত যোগীজানত ডিগ্ৰী কলেজ এখনৰ সপোন বাস্তৱায়িত হ'ল।অসম চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষত ডিগ্ৰী কলেজত নামভৰ্তি আৰম্ভ কৰিছে যাৰ বাবে ডিগ্ৰী কলেজ ডিমাণ্ড কমিটিৰ উদ্যোগত দেওবাৰে দিনৰ ২বজাত এখন সংবাদমেলৰ আয়োজন কৰা হয়।এই সংবাদ মেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হোজাই সমষ্টিৰ বিধায়ক ৰাম কৃষ্ণ ঘোষক তেওঁলোকৰ কাম আৰু দৃঢ়তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু যাৰ বাবে যোগীজানত ডিগ্ৰী কলেজৰ সপোন বাস্তৱায়িত হৈছে।
Read More News
T & CPrivacy PolicyContact Us