শনিবাৰে দিনৰ ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত হাটশিঙিমাৰীত আয়োজন কৰে HIV AIDS ৰ বাবে সজাগতা সভা । উল্লেখ্য যে AIDS ত ভাইৰাছত আক্ৰান্তৰ পৰা বাছিবলৈ ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় আজিৰ সভাখন। মন কৰিব লগীয়া যে সভাৰ শেষত দক্ষিণ শালমাৰা টি আই এন জি অ’ৰ ফুলকুমাৰী বাপুজী ক্লাবৰ তিনিটা সক্ৰিয় দলে বিভিন্ন ঠাইত ৰাইজৰ কাষত যায়।