Download Now Banner

This browser does not support the video element.

নগাঁও: ৰূপহীহাটৰ ঔঅনাত উত্তপ্ত পৰিস্থিতি,বিলাসী বাহনত উদ্ধাৰ চোৰাং গৰু, ৰাইজে ভাঙি লণ্ড ভণ্ড কৰিলে বাহন

Nagaon, Nagaon | Sep 11, 2025
ৰূপহীহাটৰ ঔঅনাত উত্তপ্ত পৰিস্থিতি। বিলাসী বাহনত উদ্ধাৰ চোৰাং গৰু, ৰাইজে ভাঙি লণ্ড ভণ্ড কৰিলে বাহন। AS01AR0987 নম্বৰৰ বাহনেৰে চোৰাং গৰু কঢ়িয়াই নিয়াৰ সময়ত বেয়া হৈ পৰাত বাহন এৰি পলায়ণ কৰে চোৰৰ দলটিয়ে, চোৰাং গৰু উদ্ধাৰ হোৱা বাহনৰ চালক ফৰিদুল বুলি চিনিব পাৰে ৰাইজে। গাড়ীৰ ভিতৰৰ পৰা ৰাইজে উদ্ধাৰ কৰে দুটাকৈ গৰু, ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত ঔঅনাত।
Read More News
T & CPrivacy PolicyContact Us