Download Now Banner

This browser does not support the video element.

দক্ষিণ শালমাৰা: সাতসিয়া আইৰকাটা সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত, গুৰুতৰভাৱে আহত ২ জন বাইক আৰোহী

South Salmara, South Salmara-Mankachar | May 8, 2025
বৃহস্পতিবাৰে দিনৰ আনুমানিক ১ বজাত সাতসিয়া আইৰকাটা সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা ,গুৰুতৰ ভাবে আহত ২জন বাইক আৰোহী আজি সাতসিয়া আইৰকাটা সংযোগী পথত ভয়ংকৰ বাইক দুৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাত দুজন বাইক আৰোহী গুৰুতৰ ভাবে আহত হয়।স্থানীয় ৰাইজে আহত দুজনক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us