Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: মহানগৰৰ চিৰিংচাপৰিত ৪ বছৰীয়া শিশুক ধৰ্ষণ কৰি নিশা আটক জনৈক আলি সহ ১৪ জনকৈ ৰাষ্টাৰ কাম কৰা শ্ৰমিক

Dibrugarh East, Dibrugarh | Sep 26, 2025
মহানগৰৰ চিৰিং চাপৰিত সংঘটিত হয় এক নিৰ্লজ্জ কাণ্ড। মহানগৰীৰ চিৰিং চাপৰিত পথত কাম কৰি থকা জনৈক আলি উপাধিৰ এজন ব‍্যক্তিয়ে ঘৰত অকলে থকা অৱস্থাত এগৰাকী ৪ বছৰীয়া কণমানি শিশুক ধৰ্ষণ কৰে। ঘটনাৰ লগত জৰিত ১৪ জনকৈ যুৱকক কালি বৃহস্পতিবাৰে নিশাই ১১:৩০ বজাত আৰক্ষীয়ে আটক কৰে
Read More News
T & CPrivacy PolicyContact Us