Install App
arindram93
This browser does not support the video element.
চাবুৱা: কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত হঠাৎ অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ, চাবুৱা আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন অৰ্ধশতাধিক ছাত্ৰী
Chabua, Dibrugarh | Sep 3, 2025
চাবুৱাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত সঠাৎ চিকিৎসাধীন হৈছে অৰ্ধ শতাধিক ছাত্ৰী। আজি বুধবাৰে পুৱা ১১ বজাত চিকিৎসালয় খনৰ চিকিৎসকে অৱগত কৰে সমগ্ৰ ঘটনা। উল্লেখ্য যে যোৱা দুটা দিন ধৰি বিদ্যালয় খনৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰী প্ৰচণ্ড জ্বৰ,বমি আৰু গাৰ বিষত আক্ৰান্ত হৈ চিকিৎসাধীন হব লগা হৈছিল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!