This browser does not support the video element.
মানকাচৰ: হাটশিঙিমাৰীত লোক আদালতৰ জৰিয়তে 275 টা গোচৰ নিষ্পত্তি, বিভিন্ন গোচৰত সংগ্ৰহ প্ৰায় ৯১ লাখ টকা
Mankachar, South Salmara-Mankachar | Sep 13, 2025
শনিবাৰে দিনৰ আনুমানিক 2বজালৈকে তৃতীয় লোক আদালতৰ জৰিয়তে 275 টকা গোচৰ নিষ্পত্তি কৰাত প্ৰায় 91লাখ টকা আদায় কৰে। উল্লেখ্য যে দেশৰ ভিন্ন প্ৰান্তৰ লগতে আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো বছৰৰ তৃতীয় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকাৰীণে আয়োজন কৰা লোক আদালতৰ দ্বাৰা আজি জিলাখনত থকা অমীমাংসিত গোচৰৰ ভিতৰত ২৭৫ টা গোচৰ নিষ্পত্তি হয়