Download Now Banner

This browser does not support the video element.

বিলাসীপাৰা ভাগ: বিলাসীপাৰাত কাৰ্গিল বিজয় দিৱস উপলক্ষে বিজেপিৰ জোঁৰ সমদল

Bilasipara Part, Dhubri | Jul 26, 2025
শনিবাৰে সন্ধিয়া ৭ বজাত বিলাসীপাৰা জিলা বিজেপিৰ উদ্যোগত উলিওৱা হয় জোঁৰ সমদল।কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি উলিয়াই এই সমদল ।বিলাসীপাৰা জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা গান্ধী চক লৈ উলিওৱা হয় এই সমদল। উক্ত জোৰ সমদলত প্ৰায় শতাধিক বিজেপি সমৰ্থক অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us