Download Now Banner

This browser does not support the video element.

বাঘবৰ: বালিকুৰি এন চি গাঁৱত অগ্নিকাণ্ড, দুটা পহুধনৰ মৃত্যু হোৱাৰ লগতে জাহ যায় এটা ঘৰ, মৰাপাট আৰু দুটাকৈ খেৰৰ দম

Baghbor, Barpeta | Aug 24, 2025
কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত কাশেম আলী নামৰ এজন ব্যক্তিৰ আৱাসগৃহ ভষ্মিভূত হৈ দুটা পহুধনৰ মৃত্যু হোৱাৰ লগতে মৰাপাট আৰু দুটাকৈ খেৰৰ দম জুইত জাহ যায়। ঘটনাক কেন্দ্ৰ কৰি অঞ্চল ব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে, বিদ্যুতৰ ছৰ্টছাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। অগ্নিকাণ্ডত প্ৰায় ৩ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি ভুক্তভোগী পৰিয়ালটোৱে জানিবলৈ দিছে।
Read More News
T & CPrivacy PolicyContact Us