This browser does not support the video element.
মানকাচৰ: হাটশিঙিমাৰী জিলা বিজেপিৰ মূখ্য কাৰ্যালয়ত মণ্ডল পৰ্যায়ৰ কৰ্মশালা, উপস্থিত জিলা বিজেপিৰ সভাপতি
Mankachar, South Salmara-Mankachar | Sep 13, 2025
শনিবাৰে দিনৰ আনুমানিক ২বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ মূখ্য কাৰ্যালয়ত বিজেপিৰ মণ্ডল পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত উপস্থিত আছিল জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা, জিলা বিজেপিৰ সাধাৰণ সম্পাদক আব্দুল আলিম মোল্লাৰ লগতে বিজেপিৰ মণ্ডল পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ লগতে উপস্থিত আছিল জিলা বিজেপিৰ কৰে।মকৰ্তাসকল।