Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: কাকপথাৰৰ জোৰ সমদল কাৰ্যসূচীত মাকুমত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে

Tinsukia, Tinsukia | Sep 4, 2025
সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত, মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ সহযোগত জনজাতিকৰণ লগতে আন কেইবাটাও দাবীত যোৱা ২ ছেপ্টেম্বৰত ইতিমধ্যে তালাপত বিশাল জোৰ সমদল কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰা হয় । ঠিক তেনেদৰে আজি কাকপথাৰত ,অহা ৬ ছেপ্টেম্বৰত মাৰ্ঘেৰিটাত ,অহা ১০ ছেপ্টেম্বৰ তাৰিখে তিনিচুকীয়াত সৰ্বাত্মক সৰ্ব বৃহৎ জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি সদৌ মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি পলিন্দ্ৰ বড়াই বৃহস্পতিবাৰে দুপৰীয়া প্রায় ২ বজাত মাকুমত জানিবলৈ দিয়ে ।
Read More News
T & CPrivacy PolicyContact Us