This browser does not support the video element.
কোকৰাঝাৰ ভাগ: তিতাগুৰিৰ পৰা অনিছুৰ ৰহমান নামৰ ভুৱা এমবিবিএছ চিকিৎসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে
Kokrajhar Part, Kokrajhar | Sep 8, 2025
সোমবাৰ দিনা ৰাতিপুৱা ১১ বজাত কোকৰাঝাৰ জিলাৰ তিতাগুৰিৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে এক অভিযান চলাই অনিছুৰ ৰহমান নামৰ এক ভুৱা এমবিবিএছ চিকিৎসক গ্ৰেপ্তাৰ কৰিছে তেওঁ বৰ্তমান নেশ্যনেল মোবাইল মেডিকেল ইউনিটত কাম কৰি আছিল বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক আজিজা গুলনুৰে জানিবলৈ দিয়ে, ১২৬/২৫ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে জানিবলৈ দিয়ে