Install App
mokib786
This browser does not support the video element.
মানকাচৰ: 'জিলাত চলি থকা অবৈধ কাঠ ফলা মিল বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে', হাটশিঙিমাৰীত জিলা আছুৰ সাধাৰণ সম্পাদকৰ মন্তব্য
Mankachar, South Salmara-Mankachar | Sep 3, 2025
বুধবাৰে আবেলি ৪ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ কাঠ মেলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সম্পাদক ৰৌশম আলম আহমেদ। উল্লেখ্য যে জিলাখনত প্ৰায় অৰ্ধশতাধিক অবৈধ কাঠফলা মিল চলি থকাৰ অভিযোগ উত্থাপন হৈছে বন বিভাগৰে বিৰুদ্ধে।জিলাখনত বন বিভাগৰ নাকৰ তলেৰে বিভিন্ন ঠাইত অৰ্ধ শতাধিক অবৈধ কাঠফলা মেল চলি থকাৰ অভিযোগ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!