Download Now Banner

This browser does not support the video element.

নগাঁও: মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে চকলাঘাটৰ দৰঙীয়াল গাঁৱৰ নামঘত নিশা অনুষ্ঠিত হয় ভাওনা,উপস্থিত শ শ ভক্ত প্ৰাণ ৰাইজ

Nagaon, Nagaon | Sep 12, 2025
মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে নগাঁৱৰ চকলাঘাটৰ দৰঙীয়াল গাঁৱৰ নামঘত নিশা অনুষ্ঠিত হয় ভাওনা।অঞ্চলটোৰ নৱ প্ৰজন্মৰ শিল্পী সকলৰ অভিনয়ে অনুষ্ঠিত হয় "কুৰুক্ষেত্ৰ মহাসমৰ" ভাওনা ।নিশা অনুষ্ঠিত ভাওনা উপভোগ কৰিবলৈ হিল দল ভাঙি উলাই আহিল ভক্ত প্ৰাণ ৰাইজ।উল্লেখ্য যে মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে অঞ্চলটোৰ যুৱক সকলৰ প্ৰচেষ্টাত নৱ প্ৰজন্মৰ শিল্পী সকল উলাই আহি অনুষ্ঠি
Read More News
T & CPrivacy PolicyContact Us