This browser does not support the video element.
নগাঁও: চামগুৰিৰ বকুলতলত প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু প্ৰায় শতাধিক পৰিভ্ৰমী শামুক ভঙা চৰাই,বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ
Nagaon, Nagaon | Aug 27, 2025
চামগুৰিত সংঘটিত শোকাৱহ ঘটনা।প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু প্ৰায় শতাধিক পৰিভ্ৰমী শামুক ভঙা চৰাই।বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত মন্তব্য প্ৰকৃতি প্ৰেমীৰ।চামগুৰিৰ বকুলতল কলঙৰ পাৰতে থকা বহু কেইজোপা গছত আশ্ৰয় লৈছিল ৩০০-৪০০ৰো অধিক পৰিভ্ৰমী শামুক ভঙা চৰাইয়ে।১২-১৩বছৰে এই গছ সমূহতে বাস কৰি আছিল পৰিভ্ৰমী চৰাই সমূহে কিন্ত মঙলবাৰে নিশা অহা এজাক ধুমুহা বতাহে প্ৰাণকাঢ়ি নিলে শতাধিক চৰাইৰ।ধুমুহাৰ ফলতে গছৰ পৰা মাটিত সৰি পৰি সিচঁৰিত হৈ পৰিল কন-কন পোৱালি সহ পৰিভ্ৰমী শামুক ভঙা