Download Now Banner

This browser does not support the video element.

মাজুলী: ভূপেন বৰাই ঘোঁৰাৰ দৰে থিয় হৈ সপোন দেখা ব্যক্তি, নিকিনি খোৱাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

Majuli, Majuli | Apr 8, 2024
অসমৰ ৰাজনীতিত জৌ'কৰ ৰাজনীতিবিদ জন হ'ল ভূপেন বৰা। মাজুলীত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। লগতে ঘোঁৰাৰ দৰে ঠিয় হৈ সপোন দেখা মানুহ আৰু তেওঁ দেখা সপোন কেতিয়াও বাস্তৱ নহয় বুলি কটাক্ষ কৰে মন্ত্ৰীজনে। আনহাতে ভূপেন বৰাৰ চাল-চলন চাই অচিৰেই বিজেপিলৈ আহিব বুলিও মাজুলীৰ নিকিনি খোৱা অঞ্চলত মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
Read More News
T & CPrivacy PolicyContact Us