Download Now Banner

This browser does not support the video element.

বাক্সা: বৰিমাখাত গণশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন বৰিমাখা আঞ্চলিক জুবিন অনুৰাগীৰ

Baska, Baksa | Sep 19, 2025
বাক্সা জিলাৰ বৰিমাখাত আজি সন্ধিয়া গণ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰিমাখা আঞ্চলিক জুবিন অনুৰাগীয়ে। বিজেপি নেতা ৰিদিপ কুমাৰ ডেকা আৰু চিকিৎসক ড° মৃণাল বৰ্মনৰ লগতে স্হানীয় লোকে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us