Download Now Banner

This browser does not support the video element.

মানকাচৰ: ওৱাহাব বজাৰত তীব্ৰ গৰাখহনীয়াৰ ফলত নৈত জাহ যায় ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ

Mankachar, South Salmara-Mankachar | Jul 7, 2025
ওৱাহাব বজাৰত তীব্ৰ গৰাখহনীয়াৰ ফলত সোমবাৰে নৈত জাহ যায় ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ ফকিৰগঞ্জৰ ওৱাহাব বজাৰত লুইতৰ প্ৰচণ্ড গৰা খহনীয়া ই কাল ৰূপ ধাৰণ কৰিছে।আজি হোৱা প্ৰচণ্ড গৰা খহনীয়াৰ ফলত নৈত জাহ যায় ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ। যাৰ ফলত এক হাহাকাৰ পৰিবেশ সৃষ্টি হয় অঞ্চলজুৰি।
Read More News
T & CPrivacy PolicyContact Us