Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ত পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালৰ সংবাদমেল

Dibrugarh East, Dibrugarh | Sep 25, 2025
জুবিন গাৰ্গৰ পৱিত্ৰ সোঁ‌ৱৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব ''জুবিন গাৰ্গ সোঁ‌ৱৰণী শ্ৰেষ্ঠ গায়ক  বঁ‌টা'। অনুষ্ঠিত কৰিব জুবিন সংগীত প্ৰতিযোগিতা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱত এই বঁটা প্ৰদান কৰিব বুলি আজি শুক্ৰবাৰে বিয়লি ৪ বজাত বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ত সংবাদমেলৰ জৰিয়তে অৱগত কৰে ডিব্ৰুগড় বিশ্ববিদ‍্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে
Read More News
T & CPrivacy PolicyContact Us