Install App
harenbora000
This browser does not support the video element.
বিহপুৰীয়া: বিহপুৰীয়াত উপস্থিত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিধায়ক ৰঞ্জিত দত্ত, বিশাল পদযাত্ৰাত অংশগ্ৰহণ
Bihpuria, Lakhimpur | Apr 1, 2024
আজি সন্ধিয়া বিহপুৰীয়াত উপস্থিত হয় শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত৷ পুৱাৰে পৰা বিহপুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত কেইবাখনো দলীয় নিৰ্বাচনী সভাত অংশ লৈ সন্ধিয়া বিহপুৰীয়া নগৰত উপস্থিত হয়৷ বিহপুৰীয়া নগৰৰ বৰ নামঘৰত বন্তি জ্বলাই সেৱা লয় প্ৰাৰ্থীগৰাকীয়ে। লগতে শতাধিক দলীয় সমৰ্থকক লগত লৈ বিশাল পদযাত্ৰাত অংশলয় বিজেপি প্ৰাৰ্থীগৰাকীয়ে৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!