This browser does not support the video element.
ওদালগুৰি: মাজবাটত বিজেপি দলে উদ্ধোধন কৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয়, উদ্ধোধন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে
Udalguri, Udalguri | Sep 8, 2025
জিলা খনৰ পাছলৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাজবাটত বিজেপি দলে এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয়ৰ শুভ উদ্বোধন কৰে। উক্ত কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি দলৰ সতীৰ্থ আৰু অঞ্চলৰ শুভাকাংশী ৰাইজৰ সতে বাৰ্তালাপ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আনহাতে উক্ত কাৰ্যালয় উদ্ধোধন কাৰ্যসূচীত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী, প্ৰাক্তন এমচিএলএ দীপক মৌৰ, মণ্ডল সভাপতি জীৱন ডেকা প্ৰমুখ্যে অঞ্চলৰ শুভাকাংশী ৰাইজ উপস্থিত থাকে।