Download Now Banner

This browser does not support the video element.

হোজাই: আজি পূৱা ৫ বজাৰ পৰা আজি সন্ধীয়া ৪ বজালৈকে বন্ধ লংকাৰ দোকান পোহাৰ লংকাৰ চেম্বাৰ অফ কমার্চৰ আহ্বান

Hojai, Hojai | Sep 20, 2025
জুৱিন গাৰ্গৰ অবিহনে পাৰ হৈ গল এটি নিশা। শোকত ভাঙি পৰিছে ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে হোজাইতো চেম্বাৰ অফ কমাৰ্চৰ আহ্বানত শনিবাৰে পূৱা ৫ বজাৰ পৰা আজি সন্ধীয়া ৪ বজালৈকে বন্ধ হোজাইৰ দোকান পোহাৰ।এই দৃশ্য শনিবাৰে দিনৰ ৩মান বজাৰ। উক্ত বন্ধত সম্পূর্ণ সমর্থন হোজাইৰ ব্যৱসায়ী সকলৰ।হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ হোজাই অঞ্চলত পৰিছে শোকৰ ছাঁ।
Read More News
T & CPrivacy PolicyContact Us